পাণ্ডু কংগ্ৰেছৰ (১৯২৬) এচেৰেঙা
কানপুৰ অধিবেশনত, ফুকন-বৰদলৈৰ আন্তৰিক সহযোগ কামনা কৰি কৃষ্ণনাথ শৰ্মা আৰু ৰোহিণীকান্ত হাতীবৰুৱাই মৰসাহ দি অসমলৈ
কানপুৰ অধিবেশনত, ফুকন-বৰদলৈৰ আন্তৰিক সহযোগ কামনা কৰি কৃষ্ণনাথ শৰ্মা আৰু ৰোহিণীকান্ত হাতীবৰুৱাই মৰসাহ দি অসমলৈ
কলিকতাখন বঙালীৰে ভৰপুৰ নহলেও হাওড়াখন নিগুটি বঙালীৰেই ঠাহ খোৱা। তাত “বাঙ্গাল” নাই। প্ৰায় এটাইবিলাকেই “বাঙ্গালী”।