ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ সম্পৰ্কীয় সাক্ষাৎকাৰ

লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘জয়মতী’ সম্পৰ্কীয় এই সাক্ষাৎকাৰটি প্ৰকাশ পাইছিল ১৯৪৫ চনৰ ২৯ মাৰ্চত ‘তিনিদিনীয় অসমীয়া’ কাকতত।